আৰবিএল বেংকৰ বিষয়ে                      

আৰবিএল বেংক হ’ল ভাৰতৰ সবাতোকৈ দ্ৰুত বিকশিত ব্যক্তিগত খণ্ডৰ বেংকৰ অন্যতম, যি বিশেষ সেৱা আগবঢ়ায় ছটা শীৰ্ষত অধিষ্ঠিত ব্যৱসায়ৰ অধীনত যি সমূহৰ নাম হ’ল: কৰ্পৰেট এণ্ড ইনষ্টিটিউশ্যনেল বেংকিং, কমাৰ্চিয়েল বেংকিং, ব্ৰান্স এণ্ড বিজিনেছ বেংকিং, এগ্ৰিবিজিনেছ বেংকিং, ডেভেলপমেন্ট বেংকিং এণ্ড ফাইনেন্সিয়েল ইনক্লুজন, ট্ৰেজাৰী এণ্ড ফাইনেন্সিয়েল মাৰ্কেটছ অপাৰেশ্যনছ. 20 খন ভাৰতীয় ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত বিয়পি থকা ইয়াৰ 246 টা শাখা আৰু 393 টা এটিএমৰ এটা নেটৱৰ্কৰ মাধ্যমেৰে বৰ্তমান ই 3.54 নিযুত গ্ৰাহকক সেৱা আগবঢ়ায় আছে.

ইণ্ডিয়া ষ্টাৰ্ট-আপ ক্লাৱ (আইএছচি)

আৰবিএল-ত ষ্টাৰ্ট-আপসমূহ আৰু উদীয়মান উদ্যোগসমূহৰ বাবে আমাৰ এক সমৰ্পিত সুবিধা আছে যাক কোৱা হয় ইণ্ডিয়া ষ্টাৰ্ট-আপ ক্লাৱ, য’ত আমি নতুন-যুগৰ ষ্টাৰ্ট-আপত কেন্দ্ৰীভূত কৰো. আমাৰ উদেশ্য হৈছে গ্ৰাহকসকলক সুখি কৰিব পৰা বেংকিং সেৱা আগবঢ়োৱা আৰু আধুনিক অনুভৱ উপভোক্তাসকলক দিয়া.

ইণ্ডিয়া স্টাৰ্টা-অপ ক্লাবে সুবিধাজনক আৰু সহজ বেংক সেৱা আগবঢ়াইছে, যাতে নৱ প্ৰজন্মৰ ব্যৱসায়ীসকলে তেওঁলোকৰ ব্যৱসায় সুচাৰুপূপে আৰম্ভ আৰু ৰিচালনা কৰিব পাৰে. গ্ৰাহকসকলৰ বাবে আমি এটা উৎসৰ্গ কৰা নম্বৰ আৰু এটা ইমেইল আইডি, 24*7 সেৱা আৰু বিস্তাৰিতভাৱে উপলব্ধ থকা এটিএম নেটৱৰ্কৰ যোগেদি আপোনালোকক আইএচচিত সকলো ঠাইতে বেংককিং কৰিবলৈ সুযোগ দিও!

ইয়াৰ উপৰিও আৰবিএলত থকা আমি স্টাৰ্ট-আপসমূহক এপিআই প্লেটফৰ্ম আগবঢ়াইছো যাতে তেওঁলোকে টকা-পইচাৰ লেনদেন স্বয়ংক্ৰিয় পদ্ধিতিৰে কৰিব পাৰে আৰু টকা লোৱা আৰু দিয়া কাম সোনকালে কৰিব পাৰে.

শেষত আমাৰ ব্যাপক ৰেফাৰেল মঞ্চৰ যোগেদি, সেই পৰ্যায় লাভ কৰক যি আপোনাৰ ব্যৱসায়ক অকল্পনীয় উচ্চতালৈ বিকশিত কৰাৰ আৱশ্যক হয়. এঞ্জেল বিনিয়োগ কৰা নেটৱৰ্ক আৰু ব্যৱসায় ইনকিউবেশ্যনৰ পৰা, মহাকাশ আৰু কৰ সমাধানৰ কাম কৰালৈকে, আইএছচিত আমি চিন্তনীয় কথাই ঢুকি নোপোৱা বেংকিঙত বিশ্বাস কৰোঁ.

__________________________________________________________________________________________

আগবঢ়োৱা সেৱাসমূহ                      

আমাক যোগাযোগ কৰক