alt
ডেচব'ৰ্ড

  • ডেচব'ৰ্ড
  • প্ৰফাইল দৰ্শন কৰক
  • প্ৰফাইল সম্পাদন কৰক
  • মোৰ সংযোগ
  • ন'টিফিকেষ্যন
  • চেটিং
    • গোপনীয়তা চেটিংচ
    • ইমেইল ID সলাওক
    • পাচৱৰ্ড সলাওক
    • পাচৱৰ্ড সৃষ্টি কৰক
  • লগ-আউট
  • Government Of India Logo
  • Commerce And Industry Minsitry
  • twitter
  • আমাৰ টোল ফ্ৰী নম্বৰ : 1800 115 565(10:00 AM ৰ পৰা 05:30 লৈকে)

alt
  • English
    • English
    • हिन्दी
    • मराठी
    • বাঙালি
    • ગુજરાતી
    • ਪੰਜਾਬੀ
    • ନୀୟ
    • தமிழ்
    • తెలుగు
    • മലയാളം
    • ಕನ್ನಡ
    • অসমীয়া
    • कोंकणी
    • ᱥᱟᱱᱛᱟᱲᱤ
    • मैथिली
    • संस्कृतम्
    • बड़
    • सिन्धी
    • মণিপুরী
    • नेपाली
    • اردو
    • کشمیری
    • डोगरी
    • Azərbaycan
    • Беларус
    • Suomalainen
    • 日本語
    • 한국어
    • русский
    • Dutch
    • français
    • português
    • Қазақ
    • Кыргызча
    • Точик
    • O'zbek
    • Español
    • 简体中文
    • 中國傳統的
    • فارسی
  • লগ-ইন
  • 10
ডেচব'ৰ্ড

  • ডেচব'ৰ্ড
  • প্ৰফাইল দৰ্শন কৰক
  • প্ৰফাইল সম্পাদন কৰক
  • মোৰ সংযোগ
  • ন'টিফিকেষ্যন
  • চেটিং
    • গোপনীয়তা চেটিংচ
    • ইমেইল ID সলাওক
    • পাচৱৰ্ড সলাওক
    • পাচৱৰ্ড সৃষ্টি কৰক
  • লগ-আউট

মেনু

  • আমাৰ বিষয়ে
    ষ্টাৰ্টআপ ইণ্ডিয়া পদক্ষেপ
    ষ্টাৰ্টআপ ইণ্ডিয়া ল’গ’ৰ বাবে আবেদন কৰক
    নিউজলেটাৰ
    সঘনাই সোধা প্ৰশ্ন
    ষ্টাৰ্টআপ ইণ্ডিয়া কাৰ্য্যৰ পৰিকল্পনা
    আমাক যোগাযোগ কৰক
    ষ্টাৰ্টআপ ইণ্ডিয়াৰ ক্ৰমবিকাশ | 5-বছৰীয়া প্ৰতিবেদন
    ষ্টাৰ্টআপ ইণ্ডিয়া | বহুত আগত
  • স্বীকৃতি
    প্ৰভাৱ | 9-বছৰীয়া ফেক্টবুক
    ডিপিআইআইটি স্বীকৃতি আৰু লাভসমূহ
    ডিপিআইআইটি চিনাক্তকৰণৰ বাবে আবেদন কৰক
    কৰ ৰেহাইৰ বাবে আবেদন কৰক
    প্ৰমাণপত্ৰ সত্যাপিত/ডাউনলোড কৰক
    প্ৰমাণ পত্ৰৰ তথ্যৰ প্ৰৱেশাধিকাৰ/সংশোধন
    ডিপিআইটি চিনাক্তকৰণ নিৰ্দেশনাসমূহ
    আয় কৰ ৰেহাই অধিসূূূূূচনাসমূহ
    ভাৰত ষ্টাৰ্টআপ পৰিৱেশ পঞ্জীয়ন
  • ফাণ্ডিং
    ষ্টাৰ্টআপ ইণ্ডিয়া ছীড ফাণ্ড আঁচনি
    ষ্টাৰ্টআপ ইণ্ডিয়া নিৱেশক সংযোগ
    ষ্টাৰ্টআপবিলাকৰ বাবে ক্ৰেডিট গেৰাণ্টী স্কীম
    পুঁজি নিৰ্দেশিকা
    কেন্দ্ৰীয় চৰকাৰৰ আঁচনি আৰু নীতি
  • আঁচনি আৰু নীতি
    ষ্টাৰ্টআপ ইণ্ডিয়া ৰেগুলেটৰী সমৰ্থন
    কেন্দ্ৰীয় চৰকাৰৰ আঁচনি আৰু নীতি
    মহিলা উদ্যোগিকসকল
    ইনক্যুবেটৰ ফ্ৰেমৱৰ্ক
    আপোনাৰ ৰাজ্য/ইউটি ষ্টাৰ্টআপ নীতিসমূহ জানক
  • বজাৰ অভিগমন
    কাৰ্যসূচী আৰু প্ৰত্যাহ্বানসমূহ
    ইণ্ডিয়া গো-টু-মাৰ্কেট গাইড
    আন্তৰ্জাতিক নিয়োগ
    চৰকাৰৰ দ্বাৰা ক্ৰয় কৰা
    আমাৰ লগত সহযোগ কৰক
  • মাৰ্কি পদক্ষেপসমূহ
    ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ পুৰষ্কাৰ 5.0
    ব্ৰিকছ 2025
    ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱস 2025
    ৰাজ্যিক ষ্টাৰ্টআপ পৰিৱেশ ৰেংকিং
    শ্বাংহাই সহযোগিতা অনুষ্ঠান (এচচিঅ') ষ্টাৰ্টআপ ফ'ৰাম
    ষ্টাৰ্টআপ ইণ্ডিয়া যাত্ৰা
    ষ্টাৰ্টআপ ইণ্ডিয়া ছীড ফাণ্ড আঁচনি
    মাৰ্গ মেণ্টৰশ্বিপ মঞ্চ
    ষ্টাৰ্টআপ ইণ্ডিয়া নিৱেশক সংযোগ
    মেৰা যুৱ ভাৰত
  • সম্পদসমূহ
    অনলাইন শিক্ষণ
    পঞ্জীভুক্ত ষ্টাৰ্টআপৰ বাবে অংশীদাৰী সেৱাসমূহ
    বজাৰ গৱেষণাৰ প্ৰতিবেদনসমূহ
    মৌলিক সম্পত্তিৰ অধিকাৰ
    ষ্টাৰ্টআপ আইডিয়া বেংক
    ষ্টাৰ্টআপ ইণ্ডিয়া ব্লগ
    ষ্টাৰ্টআপ গাইড বুক
    অধিক জানক
  • প্ৰদৰ্শিত হওক
    ষ্টাৰ্টআপ কাৰ্য্যক্ৰম আৰু প্ৰত্যাহ্বানসমূহৰ অন্বেষণ কৰক
    ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ বঁটা
  • নেটৱৰ্ক
    মাৰ্গ মেণ্টৰশ্বিপ মঞ্চ
    ষ্টাৰ্ট-আপ
    মেণ্টৰসমূহ
    ইনকিউবেটৰ
    বিনিয়োগকাৰীসকল
    কৰ্প’ৰেট/এক্সিলাৰেটৰ
    চৰকাৰী অনুষ্ঠান
    পৰিস্থিতিতন্ত্ৰৰ নক্সা
  • English
    • English
    • हिन्दी
    • मराठी
    • বাঙালি
    • ગુજરાતી
    • ਪੰਜਾਬੀ
    • ନୀୟ
    • தமிழ்
    • తెలుగు
    • മലയാളം
    • ಕನ್ನಡ
    • অসমীয়া
    • कोंकणी
    • ᱥᱟᱱᱛᱟᱲᱤ
    • मैथिली
    • संस्कृतम्
    • बड़
    • सिन्धी
    • মণিপুরী
    • नेपाली
    • اردو
    • کشمیری
    • डोगरी
    • Azərbaycan
    • Беларус
    • Suomalainen
    • 日本語
    • 한국어
    • русский
    • Dutch
    • français
    • português
    • Қазақ
    • Кыргызча
    • Точик
    • O'zbek
    • Español
    • 简体中文
    • 中國傳統的
    • فارسی
নতুন ব্যৱহাৰকাৰী
  • লগ-আউট
0 0

ডিপিআইআইটি ষ্টাৰ্টআপ স্বীকৃতি
& কৰ ৰেহাই

ষ্টাৰ্টআপ ইণ্ডিয়া এক্স্যন প্লান অধীনত, ষ্টাৰ্টআপ যিবিলাকে নিৰ্ধাৰিত সংজ্ঞা পূৰ্ণ কৰে জি.এছ.আৰ. জাননী 127 (ই) কাৰ্য্যক্ৰমটোৰ অধীনত স্বীকৃতিৰ বাবে আবেদন কৰিবলৈ যোগ্য. আবেদনৰ সময়ত ষ্টাৰ্টআপবিলাকে সহায়কাৰী দস্তাবেজ প্ৰদান কৰিব লাগিব.

ষ্টাৰ্টআপৰ স্বীকৃতিৰ বাবে যোগ্যতাৰ মানদণ্ড:
  • ষ্টাৰ্টআপটো প্ৰাইভেট লিমিটেড কোম্পানী হিচাপে অন্তৰ্ভুক্ত নতুবা অংশীদাৰী প্ৰতিষ্ঠান বা সীমিত দায়বদ্ধতা অংশীদাৰীত্ব হিচাপে স্বীকৃতিপ্ৰাপ্ত হোৱা উচিত
  • পূৰ্বৰ যিকোনো বিত্তীয় বৰ্ষত টাৰ্ণঅভাৰ 100 কোটি টকাতকৈ কম হোৱা উচিত
  • এটা প্ৰতিষ্ঠান ইয়াৰ আৰম্ভ হোৱাৰ তাৰিখৰ পৰা 10 বছৰ পৰ্যন্ত ষ্টাৰ্টআপ হিচাপে বিবেচিত হ’ব
  • ষ্টাৰ্টআপে পূৰ্বস্থিত প্ৰডাক্ট, সেৱা আৰু প্ৰক্ৰিয়াৰ অভিযোজন/উন্নতিৰ দিশত কাম কৰা উচিত আৰু নিয়োগ সৃষ্টি/সম্পদ সৃষ্টিৰ সম্ভাৱনীয়তা থকা উচিত. এটা পূৰ্বস্থিত ব্যৱসায়ৰ পুনৰ্গঠন বা বিভাজনৰদ্বাৰা গঠন হোৱা এটা প্ৰতিষ্ঠান "ষ্টাৰ্টআপ" হিচাপে বিবেচিত নহ’ব"
 

অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি সংলগ্ন জাননীটো চাওকMicrosoft Word

  • এতিয়াই আবেদন কৰক

*সকলো যোগ্য একক (কোম্পানী, এলএলপি, আৰু পঞ্জীভুক্ত অংশীদাৰীত্ব)ৰ বাবে ডিপিআইআইটিৰ দ্বাৰা ষ্টাৰ্টআপ স্বীকৃতি ৰাষ্ট্ৰীয় ছিংগল ৱিণ্ড' চিষ্টেম(nsws.gov.in)ৰ যোগেদি উপলব্ধ. আবেদন কৰিবলৈ, NSWSত এটা একাউণ্ট সৃষ্টি কৰক আৰু 'ষ্টাৰ্টআপ হিচাপে পঞ্জীয়ন কৰা' প্ৰপত্ৰ যোগ কৰক’. এনএছডাব্ল্যুএছত, ষ্টাৰ্টআপে কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ পৰা শ্ৰম আইন আৰু কোম্পানী সংস্থাকে ধৰি ব্যৱসায়িক অনুমোদনৰ হ'ষ্টৰ বাবেও আবেদন কৰিব পাৰে. ডিপিআইআইটি ষ্টাৰ্টআপৰ স্বীকৃতিৰ বিষয়ে এটা দ্ৰুত নিৰ্দেশনাৰ বাবে অনুগ্ৰহ কৰি ইয়াত ক্লিক কৰক. আপুনি nswsত বিতং নিৰ্দেশনা চাব পাৰে ইয়াত.

(আপোনাৰ ডিপিআইআইটি প্ৰমাণপত্ৰ লাভ কৰাৰ পাছত, ষ্টাৰ্টআপবোৰে তলৰ লিংকসমূহ ব্যৱহাৰ কৰি আয় কৰ আইনৰ (এঞ্জেল কৰ) ধাৰা 56 ৰ অধীনত 80 আইএচি কৰ ৰেহাই আৰু ৰেহাইৰ বাবে আবেদন কৰিব পাৰে)

 

ষ্টাৰ্টআপ ইণ্ডিয়া: 80 আইএচি কৰ ৰেহাই:

স্বীকৃতি লাভ কৰাৰ পৰৱৰ্তী সময়ত এটা ষ্টাৰ্টআপে আয় কৰ আইনৰ অনুচ্ছেদ 80 IACৰ অধীনত কৰ ৰেহাইৰ বাবে আবেদন কৰিব পাৰে. কৰ ৰেহাইৰ অনুমতি পোৱাৰ পাছত, ষ্টাৰ্টআপটোৱে ইয়াৰ গঠনৰ পৰা প্ৰথম দহ বছৰৰ ভিতৰত 3 ধাৰাবাহিক বিত্তীয় বৰ্ষৰ বাবে কৰ ছুটী লাভ কৰিব পাৰে.

আয় কৰ ৰেহাইৰ বাবে আবেদন কৰাৰ যোগ্যতাৰ মানদণ্ড (80আইএচি):
  • এই প্ৰতিষ্ঠানটো এটা স্বীকৃতিপ্ৰাপ্ত ষ্টাৰ্টআপ হোৱা উচিত
  • অনুচ্ছেদ 80আইএচি-ৰ অধীনত কেৱল প্ৰাইভেট লিমিটেড বা সীমিত দায়বদ্ধতা অংশীদাৰীত্ব কৰ ৰেহাইৰ বাবে যোগ্য
  • 1এপ্ৰিল, 2016ৰ পাছত ষ্টাৰ্টআপটো আৰম্ভ হ’ব লাগিব

তথ্যৰ বাবে সংলগ্ন জাননীটো চাওকMicrosoft Word

ইয়াৰ বাবে আবেদন কৰক

আয় কৰ ৰেহাই
এপ্লিকেষ্যনৰ ষ্টেটাচ
 

ষ্টাৰ্টআপ ইণ্ডিয়া: আয় কৰ আইনৰ অনুচ্ছেদ 56ৰ অধীনত কৰ ৰেহাই (এঞ্জেল কৰ)

স্বীকৃতি লাভ কৰাৰ পাছত এটা ষ্টাৰ্টআপে এঞ্জেল কৰ ৰেহাইৰ বাবে আবেদন কৰিব পাৰে.

আয় কৰ আইনৰ অনুচ্ছেদ 56ৰ অধীনত কৰ ৰেহাইৰ বাবে যোগ্যতাৰ মানদণ্ড:
  • প্ৰতিষ্ঠানটো ডিপিআইআইটি স্বীকৃত ষ্টাৰ্টআপ হোৱা উচিত
  • শ্বেয়াৰৰ প্ৰস্তাৱিত বণ্টনৰ পাছত ষ্টাৰ্টআপৰ পৰিশোধ কৰা শ্বেয়াৰৰ মূলধনৰ মুঠ পৰিমাণ আৰু শ্বেয়াৰৰ কিস্তি যদিহে কিবা থাকে, সেয়া 25 কোটি টকাৰ অধিক নহয়.

তথ্যৰ বাবে সংলগ্ন জাননীটো চাওকMicrosoft Word

(অনুচ্ছেদ 56 ৰেহাইৰ বাবে নতুন ঘোষণা প্ৰ-পত্ৰ অতি সোনকালেই প্ৰচাৰ কৰা হ’ব)

ইয়াৰ বাবে আবেদন কৰক

এঞ্জেল কৰ ৰেহাই
এপ্লিকেষ্যনৰ ষ্টেটাচ
প্ৰমাণ পত্ৰৰ নম্বৰ / প্ৰতিষ্ঠানৰ নাম
 

অস্বীকাৰকৰণ

  • উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰচাৰ বিভাগ, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰ্যালয়ে ষ্টাৰ্টআপৰ বাবে ডিপিআইআইটি 'স্বীকৃতিৰ প্ৰমাণপত্ৰ' বা 'যোগ্যতাৰ প্ৰমাণপত্ৰ'ৰ বাবে কোনো এজেঞ্চী/প্ৰতিনিধি/অনুদান নিযুক্ত কৰা নাই.
  • ডিপিআইআইটি-ৰ বাবে আবেদন 'স্বীকৃতিৰ প্ৰমাণপত্ৰ' আৰু 'যোগ্যতাৰ প্ৰমাণপত্ৰ' ষ্টাৰ্টআপটোৱে নিজেই ইয়াৰ নিজৰ সবিশেষ/মোবাইল নম্বৰ/ইমেইল ব্যৱহাৰ কৰি ফাইল ক.
  • বাণিজ্য আৰু উদ্যোগ মন্ত্ৰ্যালয়ে ষ্টাৰ্টআপৰ বাবে ডিপিআইআইটি 'স্বীকৃতি প্ৰমাণপত্ৰ' অথবা 'যোগ্যতাৰ প্ৰমাণপত্ৰ'ৰ বাবে কোনো মাচুল আদায় নকৰে.
ডিপিআইআইটি ষ্টাৰ্টআপ স্বীকৃতিৰ বাবে আবেদন কৰিবলৈ, আপোনাক পুনঃনিৰ্দেশিত কৰা হ'ব nsws.gov.in.
খৰতকীয়া সহায়:
  • নিৱেশকৰ একাউণ্ট সৃষ্টি কৰক nsws.gov.in, যদি আপোনাৰ ইতিমধ্যে এটা নাই.
  • লগইন কৰিলে, NSWS ডেশ্বব'ৰ্ডত "অনুমোদন যোগ কৰক" > "কেন্দ্ৰীয় অনুমোদন" ক্লিক কৰক,
  • "ষ্টাৰ্টআপ হিচাপে পঞ্জীয়ন" এপ্লিকেচনটো বিচাৰক, আৰু আপোনাৰ ডেচবৰ্ডত যোগ কৰক. আবেদন কৰিবলৈ আবেদনখন পুৰাওক আৰু জমা কৰক.
ব্যৱহাৰকাৰীৰ নিৰ্দেশাৱলী অ'কে

সংস্থাপন নম্বৰটো আপোনাৰ প্ৰফাইলৰ সৈতে মেপ নহয়. অনুগ্ৰহ কৰি ইনকৰ্পৰেষ্যন নম্বৰ (চিআইএন) দিয়ক

আগবাঢ়িবলৈ অনুগ্ৰহ কৰি লগইন/পঞ্জীয়ন কৰক.

ত্ৰূটি

পঞ্জীকৰণ প্ৰ-পত্ৰত কিছুমান বিসংগতি আছেঅনুগ্ৰহ কৰি সেই বিসংগতিসমূহ শুদ্ধ কৰক আৰু প্ৰ-পত্ৰখন পুনঃদাখিল কৰক.

আমাক যোগাযোগ কৰক

  • টোল ফ্ৰী নম্বৰ: 1800 115 565
  • কৰ্ম ঘণ্টা: 10:00 am - 5:30 pm
  • ব্যৱহাৰৰ চৰ্তসমূহ
  • ষ্টাৰ্টআপ ইণ্ডিয়া ল'গো ব্যৱহাৰ কৰক
  • প্ৰস্তাৱৰ বাবে অনুৰোধ
  • ব্লগছ
  • অস্বীকাৰকৰণ
  • গোপনীয়তা নীতি
  • আমাক যোগাযোগ কৰক
  • চাইট মেপ

1,09,81,843

ব্যৱহাৰকাৰীয়ে আৰম্ভণিৰ সময়ৰ পৰা ষ্টাৰ্টআপ ইণ্ডিয়া প'ৰ্টেললৈ যাইছে

© 2024 ষ্টাৰ্টআপ ইণ্ডিয়া. সকলো অধিকাৰ সুৰক্ষিত.

শেহতীয়া আপডেটেড:
27-June-2023 | 06:00 PM
  • টোল ফ্ৰী নম্বৰ: 1800 115 565

  • কৰ্ম ঘণ্টা: 10:00 am - 5:30 pm

  • ব্যৱহাৰৰ চৰ্তসমূহ
  • ষ্টাৰ্টআপ ইণ্ডিয়া ল'গো ব্যৱহাৰ কৰক
  • প্ৰস্তাৱৰ বাবে অনুৰোধ
  • ব্লগছ
  • অস্বীকাৰকৰণ
  • গোপনীয়তা নীতি
  • আমাক যোগাযোগ কৰক
  • চাইট মেপ

1,09,81,843সংখ্যক ব্যৱহাৰকাৰীয়ে আৰম্ভণিৰ পৰা ষ্টাৰ্টআপ ইণ্ডিয়া পৰ্টেল পৰিদৰ্শন কৰিছে.

© 2024 ষ্টাৰ্টআপ ইণ্ডিয়া. সকলো অধিকাৰ সুৰক্ষিত.

×

ষ্টাৰ্টআপ ইণ্ডিয়াক সদস্যতা দিয়াৰ বাবে ধন্যবাদ

একেই ইমেইল এড্ৰেচৰ লগত পঞ্জীয়ন কৰক যদি এতিয়ালৈকে পঞ্জীয়ন কৰা নাই.

×

শেহতীয়া আপডেটেড:
Bhaskar Badge
×

ভাস্কৰ পঞ্জীয়নত যোগদান কৰিবলৈ অনুগ্ৰহ কৰি আপোনাৰ প্ৰফাইল আপডেট কৰক

আপুনি সঁচাকৈ লগআউট হ'ব বিচাৰেনে?

জাননী এলাৰ্ট
পাচৱৰ্ড সৃষ্টি কৰক

আপোনাৰ পাছৱৰ্ডত নিশ্চিতভাৱে থাকিব লাগিব কমেও:

  • 8 লৈ 15আখৰৰ দৈৰ্ঘ্য
  • এটা সৰুফলা আখৰ
  • এটা বৰফলা আখৰ
  • এটা সংখ্যাত্মক অংক
  • এটা বিশিষ্ট আখৰ (বিন্দু , * আৰু খালীঠাইৰ বাহিৰে)
×
পাচৱৰ্ড সলাওক
×
×

* আপোনাৰ পাছৱৰ্ডত নিশ্চিতভাৱে থাকিব লাগিব কমেও:

  • 8 লৈ 15আখৰৰ দৈৰ্ঘ্য
  • এটা সৰুফলা আখৰ
  • এটা বৰফলা আখৰ
  • এটা সংখ্যাত্মক অংক
  • এটা বিশিষ্ট আখৰ (বিন্দু , * আৰু খালীঠাইৰ বাহিৰে)
ইমেইল ID সলাওক

এতিয়ালৈকে OTP পোৱা নাই! 30 চেকেণ্ড

এইটোৰ প্ৰৱেশাধিকাৰ পাবলৈ অনুগ্ৰহ কৰি আপোনাৰ প্ৰফাইল সম্পূৰ্ণ কৰক.

আপোনাৰ প্ৰ'ফাইলটো বৰ্তমান নিয়ন্ত্ৰণৰ অধীন. ই 48 ঘণ্টাৰ ভিতৰত অনুমোদিত হ’ব (আপোনাক ইমেইলৰ জৰিয়তে অৱগত কৰা হ’ব)

ষ্টাৰ্টআপ ইণ্ডিয়া প'ৰ্টেলটো হৈছে ভাৰতৰ ষ্টাৰ্টআপ পৰিবেশতন্ত্ৰৰ সকলো অংশীদাৰৰ বাবে এটা এক অনন্য ধৰণৰ অনলাইন প্লেটফৰ্ম.

লগ ইন কৰক

  • 0
  • 0
0

লগ ইন হ'বলৈ সক্ষম হোৱা নাই?

এটা একাউণ্ট নাই? এতিয়াই পঞ্জীয়ন কৰক

আপোনাৰ পাছৱৰ্ডটো পাহৰিলে

অনুগ্ৰহ কৰি আপোনাৰ ইমেইল আইডিত পঠিওৱা আপোনাৰ OTP পাছৱৰ্ডটো প্ৰবিষ্ট কৰক

OTP পোৱা নাই নেকি? পুনৰ পঠাওক বুটামে কৰিব
ইয়াত সক্ৰিয় কৰা হ'ব 30 চেকেণ্ড

অনুগ্ৰহ কৰি আপোনাৰ পাছৱৰ্ডটোৰ পৰিৱৰ্তন কৰক

পাচৱৰ্ডটোত 8ৰ পৰা 15 আখৰ থাকিব লাগিব আৰু তত নিম্নতম এটা সৰুফলা বৰ্ণ, এটা বৰফলা বৰ্ণ, আৰু এটা বিশেষ আখৰ থাকিব লাগিব
0

অভিনন্দন!

আপোনাৰ পাচৱৰ্ড সফলতাৰে সলনি কৰা গৈছে.
ইয়াত লগইন কৰক

Startup Awards

আপুনি সঁচাকৈ লগআউট হ'ব বিচাৰেনে?