ব্যৱহাৰৰ চৰ্তসমূহ
ষ্টাৰ্টআপ ইণ্ডিয়া হাব অনলাইন প'ৰ্টেলটো সৰ্বসাধাৰণ জনতাক তথ্য প্ৰদান কৰাৰ বাবে সৃষ্টি কৰা হৈছে. ৱেবচাইটত প্ৰদৰ্শন কৰা দস্তাবেজ আৰু তথ্যবিলাক কেৱল ৰেফাৰেঞ্চৰ কাৰণৰ বাবে হে আৰু ই ন্যায়.
ষ্টাৰ্টআপ ইণ্ডিয়া হাব অনলাইন প'ৰ্টেলত থকা তথ্য, পাঠ, গ্ৰাফিক্স, লিংক অথবা অন্য বস্তুৰ সঠিকতা অথবা সম্পূৰ্ণতা ঔদ্যোগিক নীতি আৰু প্ৰচাৰ বিভাগ (ডিপিআইআইটি), বণিজ্য মন্ত্ৰালয়, ভাৰত চৰকাৰ অৰু আনকি ইনভেষ্ট ইণ্ডিয়াএও প্ৰদান নকৰে. আপডেট আৰু শুধৰণিৰ ফলশ্ৰুতি হিচাপে, ৱেবৰ বস্তুবিলাক নিয়মিতৰূপে সলনি হ'ব পাৰে.
এই ৱেবচাইটটিত প'ষ্ট কৰা তথ্যসমূহত বেচৰকাৰী/ব্যক্তিগত সন্থাই সৃষ্টি আৰু নিয়ন্ত্ৰণ কৰা হাইপাৰটেক্সট লিংক অথব পইণ্টাৰ থাকিব পাৰে. ডিপিআইআইটিয়ে কেৱল আপোনাৰ তথ্য আৰু সুবিধাৰ বাবে এই লিংক আৰু পইণ্টাৰসমূহ প্. যেতিয়া আপুনি এট অবাহিৰৰ ৱেবচাইটলৈ যোৱা এটা লিংক নিৰ্বাচন কৰে, তেতিয়া আপুনি 'ভাৰত চৰকাৰৰ ৱেবচাইটৰ বাবে নিৰ্দেশনা' চাইটটো এৰিছে আৰু বাহিৰৰ ৱেবচাইটৰ গৰাকী/স্পঞ্চাৰে লাগু কৰা গোপনীয়তা আৰু সুৰক্ষা নীতিসমূহ আপোনাৰ ওপৰত লাগু কৰা হ'ব.
এই নিয়ম আৰু চৰ্তাৱলীসমূহ ভাৰতীয় আইনৰ অনুসৰি শাসিত আৰু অৰ্থ প্ৰদান কৰা হ'ব. এই নিয়ম আৰু চৰ্তাৱলীৰ অধীনত অহা যিকোনো অভিযোগ কেৱল ভাৰতৰ ন্যায়ালয়ৰ ন্যায় ক্ষেত্ৰৰ অধীনত আহিব.