ল’ৱাগন হৈছে আই আই টি দিল্লীৰ প্ৰাক্তন শিক্ষাৰ্থী আৰু প্ৰতিষ্ঠিত আইনজ্ঞসকলৰ দ্বাৰা প্ৰতিষ্ঠাপিত আইনী সেৱাৰ এক ডিজিটেল বজাৰ, য’ত বিশেষকৈ ক্ষুদ্ৰ আৰু মঁজলীয়া উদ্যোগ আৰু ষ্টাৰ্ট-আপসমূহক সিঁহতৰ বিকাশৰ আটাইবোৰ পৰ্যায়তে সহায় কৰে।. আমি ষ্টাৰ্টবোৰক উচ্চমানৰ আৰু কম খৰচত আইনসংগত/আৰ্থিক বিষয়বোৰৰ বাবে ভাৰতৰ বিভিন্ন ঠাইত থকা পাৰ্গত উকিল, চিএ আৰু পৰামৰ্শদাতাসকলৰ সহায়ত সেৱা আগবঢ়াও. ল-ৱেগনৰ ডেচবৰ্ডে আপোনাৰ সকলো মোকৰ্দ্দমাৰ স্থিতি জানিবলৈ আৰু নতুন অনুৰোধ পঠাবলৈ সহায় কৰিব. আমি ন্যায়িক প্ৰফেচেনেলসকলক আৰ্টিফিসিয়ল ইংটেলিজেন্সক ব্যৱহাৰ কৰি তেওঁলোকৰ প্ৰেক্টিচবোৰ কাৰ্য্যকৰিৰূপে কৰিবলৈ আৰু তেওঁলোকৰ ব্যৱসায় আগবঢ়াই লৈ যাবলৈ সহায় কৰো.
___________________________________________________________________________________
আগবঢ়োৱা সেৱাসমূহ
নিম্নলিখিত আইনী পৰামৰ্শ সেৱা ষ্টাৰ্টআপ ইণ্ডিয়া হাব ব্যৱহাৰকাৰীক আমি প্ৰদান কৰো:
ন্যায়িক পৰামৰ্শৰ বাবে ডমেন পাৰ্গত উকিল (2 স্লট 30 মিনিট কৰি)
1আইনী জাননীৰ খচৰা প্ৰস্তুত (প্ৰতিটো ষ্টাৰ্টআপ সাপেক্ষে 2 খন জাননী)
2কোম্পানী পঞ্জীয়ণ - আপোনাৰ প্ৰয়োজন সাপেক্ষে আপোনাৰ কোম্পানীৰ গাঁথনি, - লিমিটেড লাইবেলিটি পাৰ্টনাৰশ্বিপ, অনুসৰি বিনামূলীয়াকৈ পৰামৰ্শ প্ৰদান কৰা হয়. প্ৰাইভেট লিমিটেড কোম্পানী ইত্যাদি.
3আইনী চুক্তিৰ খচৰা - প্ৰকাশ নকৰা, সেৱা আৰু ভেণ্ডৰ চুক্তি (ষ্টাৰ্টআপ সাপেক্ষে 2 চুক্তি)
4ৱেবছাইট পলিচীৰ খচৰা প্ৰস্তুত - গোপনীয়তাৰ নীতি, নীতি আৰু চৰ্তাৱলী ইত্যাদি ( প্ৰতিটো ষ্টাৰ্ট-আপ সাপেক্ষে 2 ৱেবছাইট নীতি)
5