ষ্টাৰ্ট-আপ অৰ্থ-ব্যৱস্থা

উদ্যোগীসকল, বিভিন্ন পৰ্যায়ত থকা তেওঁলোকৰ ষ্টাৰ্ট-আপবোৰ আৰু বিভিন্নধৰণৰ সহায়, ধন দিয়া, গবেষণা কৰা আৰু জ্ঞান দিয়া সংগঠনবোৰ (ফিজিকেল আৰু/বা ভেৰ্চুৱেল) মিলি ষ্টাৰ্ট-আপ অৰ্থ-ব্যৱস্থাক গঠন কৰে.
ষ্টাৰ্টআপ:
|
ষ্টাৰ্টআপ: এটা ষ্টাৰ্ট-আপ হৈছে সাধাৰণতে নতুনকৈ আৰম্ভ হোৱা উদ্যোগ-সম্বন্ধীয় সংগঠন বা কোম্পানী যাৰ উদেশ্য হৈছে এনে এটা নতুনকৈ আৱিস্কাৰ কৰা বস্তু, প্ৰণালী বা সেৱা বিকশিত কৰা বা আগবঢ়োৱাৰ যোগেদি মাৰ্কেট প্লেচৰ প্ৰয়োজনীয়তা পূৰ কৰা. |
সমৰ্থন আগবঢ়োৱা সংগঠনসমূহ:
|
ইনকিউবেটৰ: An incubator is an organisation in a technology/management school or an independent setup that helps early stage startups launch their business and grow by providing services such as work space, management training, captive mentor pool, access to technological services etc. |
|
ত্বৰক: An accelerator is an organisation, either an independent organisation or a corporate program that supports early-stage companies through intense immersive education, mentorship, and financing. Startups enter accelerators for fixed time periods and graduate as established, robust companies which are ready to scale. Its objective is to accelerate the growth of the portfolio batch startups in a short period of time. |
|
মেণ্টৰসমূহ: মেণ্টৰবোৰে (সাধাৰণতে একেটা ব্যৱসায়ৰ লগত জড়িত থকা নিপুন ব্যক্তিসকল) কম অনুভৱ থকা ষ্টাৰ্ট-আপবোৰক উত্তম ওপায়, মেনেজমেণ্ট সঁজুলি, ব্যৱসায় সম্পৰ্ক আদিৰ যোগেদি মাৰ্গদৰ্শণ দিয়ে. |
পুঁজি সংগঠনবোৰ:
|
দেৱদূত নিৱেশক: এনে আগতীয়া বা প্ৰাথমিক পৰ্যায়ৰ নিবেশকাৰীয়ে সাধাৰণতে অতি উচ্চ মাত্ৰাৰ শংকাৰ অনুমান কৰি সামান্য পৰিমাণৰ ধনহে থয়. তেওঁলোক সাধাৰণতে আঢ্যৱন্ত বা উচ্চ পৰিমাণৰ সম্পদৰ অধিকাৰী ব্যক্তি. |
|
ভেন্সাৰ কেপিটেলিষ্ট/প্ৰাইভেট ইকুইটি: এই কোম্পানীবোৰে সাধাৰণতে বৃদ্ধি দেখি আৰু কোম্পানীবোৰৰ পৰিস্থিতি লক্ষ্য কৰি বিনিযোগ কৰে. যিহেতু তেওঁলোকে কোম্পানী / পেশাদাৰী বিনিয়োগকাৰী হোৱাৰ বাবে তেওঁলোকে আইন, বিত্তিয় বিষয়, নেটৰ্ৱকিং আদি বিষয়তো সহায় আগবঢ়াব. |
জ্ঞান:
|
সম্পদ আৰু সঁজুলি: Organisations such as research institutes and universities help startups familiarise themselves with business terminology, gain industry insights, learn to develop business plans and pitch to investors, strengthen their legal and financial knowledge, etc. |







