RBL Bank is one of India’s fastest growing private sector banks, which offers specialized services under six business verticals namely: Corporate & Institutional Banking, Commercial Banking, Branch & Business Banking, Agribusiness Banking, Development Banking & Financial Inclusion, Treasury and Financial Markets Operations. It currently services over 3.54 million customers through a network of 246 branches and 393 ATMs spread across 20 Indian states and Union Territories.
আৰবিএল-ত ষ্টাৰ্ট-আপসমূহ আৰু উদীয়মান উদ্যোগসমূহৰ বাবে আমাৰ এক সমৰ্পিত সুবিধা আছে যাক কোৱা হয় ইণ্ডিয়া ষ্টাৰ্ট-আপ ক্লাৱ, য’ত আমি নতুন-যুগৰ ষ্টাৰ্ট-আপত কেন্দ্ৰীভূত কৰো. আমাৰ উদেশ্য হৈছে গ্ৰাহকসকলক সুখি কৰিব পৰা বেংকিং সেৱা আগবঢ়োৱা আৰু আধুনিক অনুভৱ উপভোক্তাসকলক দিয়া.
ইণ্ডিয়া স্টাৰ্টা-অপ ক্লাবে সুবিধাজনক আৰু সহজ বেংক সেৱা আগবঢ়াইছে, যাতে নৱ প্ৰজন্মৰ ব্যৱসায়ীসকলে তেওঁলোকৰ ব্যৱসায় সুচাৰুপূপে আৰম্ভ আৰু ৰিচালনা কৰিব পাৰে. গ্ৰাহকসকলৰ বাবে আমি এটা উৎসৰ্গ কৰা নম্বৰ আৰু এটা ইমেইল আইডি, 24*7 সেৱা আৰু বিস্তাৰিতভাৱে উপলব্ধ থকা এটিএম নেটৱৰ্কৰ যোগেদি আপোনালোকক আইএচচিত সকলো ঠাইতে বেংককিং কৰিবলৈ সুযোগ দিও!
ইয়াৰ উপৰিও আৰবিএলত থকা আমি স্টাৰ্ট-আপসমূহক এপিআই প্লেটফৰ্ম আগবঢ়াইছো যাতে তেওঁলোকে টকা-পইচাৰ লেনদেন স্বয়ংক্ৰিয় পদ্ধিতিৰে কৰিব পাৰে আৰু টকা লোৱা আৰু দিয়া কাম সোনকালে কৰিব পাৰে.
আপোনাৰ পাছৱৰ্ডত নিশ্চিতভাৱে থাকিব লাগিব কমেও:
* আপোনাৰ পাছৱৰ্ডত নিশ্চিতভাৱে থাকিব লাগিব কমেও:
এইটোৰ প্ৰৱেশাধিকাৰ পাবলৈ অনুগ্ৰহ কৰি আপোনাৰ প্ৰফাইল সম্পূৰ্ণ কৰক.
ষ্টাৰ্টআপ ইণ্ডিয়া প'ৰ্টেলটো হৈছে ভাৰতৰ ষ্টাৰ্টআপ পৰিবেশতন্ত্ৰৰ সকলো অংশীদাৰৰ বাবে এটা এক অনন্য ধৰণৰ অনলাইন প্লেটফৰ্ম.


আপোনাৰ পাছৱৰ্ডটো পাহৰিলে
অনুগ্ৰহ কৰি আপোনাৰ ইমেইল আইডিত পঠিওৱা আপোনাৰ OTP পাছৱৰ্ডটো প্ৰবিষ্ট কৰক
অনুগ্ৰহ কৰি আপোনাৰ পাছৱৰ্ডটোৰ পৰিৱৰ্তন কৰক