▲
  • Call Invest India Helpline
ডেচব'ৰ্ড

  • ডেচব'ৰ্ড
  • প্ৰফাইল দৰ্শন কৰক
  • প্ৰফাইল সম্পাদন কৰক
  • মোৰ সংযোগ
  • ন'টিফিকেষ্যন
  • চেটিং
    • গোপনীয়তা চেটিংচ
    • ইমেইল ID সলাওক
    • পাচৱৰ্ড সলাওক
    • পাচৱৰ্ড সৃষ্টি কৰক
  • লগ-আউট
  • Government Of India Logo
  • Commerce And Industry Minsitry
  • twitter
  • আমাৰ টোল ফ্ৰী নম্বৰ : 1800 115 565 (10:00 AM ৰ পৰা 05:30 লৈকে)

  • English
    • English
    • हिन्दी
    • मराठी
    • বাঙালি
    • ગુજરાતી
    • ਪੰਜਾਬੀ
    • ନୀୟ
    • தமிழ்
    • తెలుగు
    • മലയാളം
    • ಕನ್ನಡ
    • অসমীয়া
    • कोंकणी
    • ᱥᱟᱱᱛᱟᱲᱤ
    • मैथिली
    • संस्कृतम्
    • बड़
    • सिन्धी
    • মণিপুরী
    • नेपाली
    • اردو
    • کشمیری
    • डोगरी
    • Azərbaycan
    • Беларус
    • Suomalainen
    • 日本語
    • 한국어
    • русский
    • Dutch
    • français
    • português
    • Қазақ
    • Кыргызча
    • Точик
    • O'zbek
    • Español
    • 简体中文
    • 中國傳統的
    • فارسی
  • লগ-ইন
  • 10
ডেচব'ৰ্ড

  • ডেচব'ৰ্ড
  • প্ৰফাইল দৰ্শন কৰক
  • প্ৰফাইল সম্পাদন কৰক
  • মোৰ সংযোগ
  • ন'টিফিকেষ্যন
  • চেটিং
    • গোপনীয়তা চেটিংচ
    • ইমেইল ID সলাওক
    • পাচৱৰ্ড সলাওক
    • পাচৱৰ্ড সৃষ্টি কৰক
  • লগ-আউট

মেনু

  • আমাৰ বিষয়ে
    ষ্টাৰ্টআপ ইণ্ডিয়া পদক্ষেপ
    ষ্টাৰ্টআপ ইণ্ডিয়া ল’গ’ৰ বাবে আবেদন কৰক
    নিউজলেটাৰ
    সঘনাই সোধা প্ৰশ্ন
    ষ্টাৰ্টআপ ইণ্ডিয়া কাৰ্য্যৰ পৰিকল্পনা
    আমাক যোগাযোগ কৰক
    ষ্টাৰ্টআপ ইণ্ডিয়া ব্লগ
    আমাৰ লগত সহযোগ কৰক
  • স্বীকৃতি
    ষ্টাৰ্টআপ প্লেবুক
    টেক্স প্লেবুক
    ডিপিআইআইটি স্বীকৃতি আৰু লাভসমূহ
    ডিপিআইআইটি চিনাক্তকৰণৰ বাবে আবেদন কৰক
    কৰ ৰেহাইৰ বাবে আবেদন কৰক
    প্ৰমাণপত্ৰ সত্যাপিত/ডাউনলোড কৰক
    প্ৰমাণ পত্ৰৰ তথ্যৰ প্ৰৱেশাধিকাৰ/সংশোধন
    ডিপিআইটি চিনাক্তকৰণ নিৰ্দেশনাসমূহ
    আয় কৰ ৰেহাই অধিসূূূূূচনাসমূহ
    ডিপিআইআইটি চিনাক্তকৰণ মেপিং সত্যাপন কৰক
    স্ব প্ৰমাণপত্ৰ
    আপোনাৰ ম্যাদ উকলি যোৱা আবেদন সম্পাদনা কৰক
  • ফাণ্ডিং
    ষ্টাৰ্টআপ ইণ্ডিয়া ছীড ফাণ্ড আঁচনি
    ষ্টাৰ্টআপ ইণ্ডিয়া নিৱেশক সংযোগ
    ষ্টাৰ্টআপবিলাকৰ বাবে ক্ৰেডিট গেৰাণ্টী স্কীম
    ষ্টাৰ্টআপ ইণ্ডিয়া ফাণ্ড অফ ফাণ্ড 2.0 আঁচনি
    কেন্দ্ৰীয় চৰকাৰৰ আঁচনি আৰু নীতি
  • আঁচনি আৰু নীতি
    ষ্টাৰ্টআপ আঁচনিৰ প্লেবুক
    ষ্টাৰ্টআপ ইণ্ডিয়া ৰেগুলেটৰী সমৰ্থন
    কেন্দ্ৰীয় চৰকাৰৰ আঁচনি আৰু নীতি
    ইনকিউবেটৰ আঁচনিসমূহ
    আপোনাৰ ৰাজ্য/ইউটি ষ্টাৰ্টআপ নীতিসমূহ জানক
  • বজাৰ অভিগমন
    কাৰ্যসূচী আৰু প্ৰত্যাহ্বানসমূহ
    ইণ্ডিয়া গো-টু-মাৰ্কেট গাইড
    আন্তৰ্জাতিক নিয়োগ
    চৰকাৰৰ দ্বাৰা ক্ৰয় কৰা
  • মাৰ্কি পদক্ষেপসমূহ
    TEJAS
    ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱস 2026
    ভাৰত ষ্টাৰ্টআপ গ্ৰেণ্ড চেলেঞ্জ
    ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ বঁটা
    ব্ৰিকছ 2025
    ৰাজ্যিক ষ্টাৰ্টআপ পৰিৱেশ ৰেংকিং
    শ্বাংহাই সহযোগিতা অনুষ্ঠান (এচচিঅ') ষ্টাৰ্টআপ ফ'ৰাম
    ষ্টাৰ্টআপ ইণ্ডিয়া যাত্ৰা
    ষ্টাৰ্টআপ ইণ্ডিয়া ছীড ফাণ্ড আঁচনি
    ষ্টাৰ্টআপ ইণ্ডিয়া নিৱেশক সংযোগ
    মেৰা যুৱ ভাৰত
  • সম্পদসমূহ
    ভাৰতত পৰীক্ষা/প্ৰমাণিকৰণ গৱেষণাগাৰৰ তালিকা
    GFR 2017
    Clarification on Relaxation of Public Procurement Norms for Startups by DoE
    অনলাইন শিক্ষণ
    পঞ্জীভুক্ত ষ্টাৰ্টআপৰ বাবে অংশীদাৰী সেৱাসমূহ
    বজাৰ গৱেষণাৰ প্ৰতিবেদনসমূহ
    মৌলিক সম্পত্তিৰ অধিকাৰ
    ষ্টাৰ্টআপ আইডিয়া বেংক
    ষ্টাৰ্টআপ গাইড বুক
  • প্ৰদৰ্শিত হওক
    ষ্টাৰ্টআপ কাৰ্য্যক্ৰম আৰু প্ৰত্যাহ্বানসমূহৰ অন্বেষণ কৰক
    ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ বঁটা
  • নেটৱৰ্ক
    ভাৰত ষ্টাৰ্টআপ পৰিৱেশ পঞ্জীয়ন
    ষ্টাৰ্ট-আপ
    মেণ্টৰসমূহ
    ইনকিউবেটৰ
    বিনিয়োগকাৰীসকল
    কৰ্প’ৰেট/এক্সিলাৰেটৰ
    চৰকাৰী অনুষ্ঠান
    পৰিস্থিতিতন্ত্ৰৰ নক্সা
  • English
    • English
    • हिन्दी
    • मराठी
    • বাঙালি
    • ગુજરાતી
    • ਪੰਜਾਬੀ
    • ନୀୟ
    • தமிழ்
    • తెలుగు
    • മലയാളം
    • ಕನ್ನಡ
    • অসমীয়া
    • कोंकणी
    • ᱥᱟᱱᱛᱟᱲᱤ
    • मैथिली
    • संस्कृतम्
    • बड़
    • सिन्धी
    • মণিপুরী
    • नेपाली
    • اردو
    • کشمیری
    • डोगरी
    • Azərbaycan
    • Беларус
    • Suomalainen
    • 日本語
    • 한국어
    • русский
    • Dutch
    • français
    • português
    • Қазақ
    • Кыргызча
    • Точик
    • O'zbek
    • Español
    • 简体中文
    • 中國傳統的
    • فارسی
নতুন ব্যৱহাৰকাৰী
  • লগ-আউট
0 0

অনুগ্ৰহ কৰি মন কৰক 

প্ৰিয় শিক্ষাৰ্থী, ষ্টাৰ্টআপ ইণ্ডিয়া শিক্ষণ কাৰ্য্যক্ৰমৰ বাবে প্ৰমাণপত্ৰ আপোনাৰ ইমেইলত 72-96 কৰ্ম ঘণ্টাৰ ভিতৰত ভাগ-বতৰা কৰা হ'ব. অনুগ্ৰহ কৰি নিশ্চিত কৰক যে প্ৰমাণপত্ৰ জাৰি কৰাৰ লগত জড়িত কোনো উদ্বেগ উত্থাপন কৰাৰ আগতে আপোনাৰ পাঠ্যক্ৰমৰ প্ৰগতি আৰু সম্পূৰ্ণৰ স্থিতি সঠিকভাৱে প্ৰতিফলিত হয়.

ইনকিউবেটৰ-ডেশ্বব'ৰ্ড

এতিয়াই পঞ্জীয়ন কৰক - ইংৰাজী এতিয়াই পঞ্জীয়ন কৰক - হিন্দী

এই কাৰ্য্যক্ৰমটোৰ বিষয়ে

ষ্টাৰ্টআপ ইণ্ডিয়া লাৰ্ণিং প্ৰগ্ৰাম হৈছে ষ্টাৰ্টআপ ইণ্ডিয়াৰ দ্বাৰা এক বিনামূলীয়া অনলাইন উদ্যোগকাৰ্যসূচী, যি হৈছে ভাৰত চৰকাৰৰ এক উদ্যোগ. ইনভেষ্ট ইণ্ডিয়াই আপগ্ৰেডৰ লগত লগলাগি এই কাৰ্য্যক্ৰমটো বিকশিত কৰিছে. লক্ষ্যটো হৈছে সংগঠিত শিক্ষাৰ দ্বাৰা ব্যৱসায়ীসকলক তেওঁলোকৰ উপায় আৰু ভেঞ্চাৰবিলাক অন্য এটা স্তৰলৈ লৈ যাবলৈ চেষ্টা কৰা. কাৰ্য্যক্ৰমটোৱে ভাৰতৰ 40+ শ্ৰেষ্ঠ স্থাপকে ব্যৱসায় আৰম্ভণি কৰাৰ লগত জড়িত মূল ঠাইবিলাকৰ পাঠবিলাক 4-সপ্তাহৰ এটা বিস্তাৰ কাৰ্য্যক্ৰমত সাঙুৰি লয়.

কাৰ্য্যক্ৰমৰ মূল সুবিধা

  • উদ্যোগৰ লক্ষ্য

    বিভিন্ন ক্ষেত্ৰত শীৰ্ষ ভাৰতীয় উদ্যোগীসকলৰ পৰা বাস্তৱ জীৱনৰ সফলতা আৰু বিফলতাৰ বিষয়ে শিকক

  • প্ৰমাণপত্ৰ

    এটা অফিচিয়েল ষ্টাৰ্টআপ ইণ্ডিয়া প্ৰাপ্ত কৰক আৰু ভাৰতৰ প্ৰমাণপত্ৰ বিনিয়োগ কৰক

  • ভাষাৰ বিকল্প

    নিৰ্দেশনাৰ মাধ্যম হিচাপে হিন্দী অথবা ইংৰাজীৰ মাজৰ পৰা এটা নিৰ্বাচন কৰক

  • নেটৱৰ্কিং আৰু মেণ্টৰিং

    এক ইন্টাৰেক্টিভ আলোচনা মঞ্চত সহযোগী উদ্যোগীসকলৰ সৈতে বাৰ্তালাপ কৰক

  • ব্যৱসায় পৰিকল্পনা

    আপোনৰ ভেঞ্চাৰৰ বাবে এটা ব্যৱসায় পৰিকল্পনা নিৰ্মাণ কৰিবলৈ পদক্ষেপ অনুসৰি অন্তৰ্দৃষ্টি পাওক

কায্যক্ৰমৰ চিলেবাচ

  • উপায় বৈধতাকৰণ

  • Idea Identification and Assessment

    আপোনাৰ সম্ভৱত গ্ৰাহক আৰু বজাৰৰ পৰিৱেশৰ ওপৰত ভিত্তি কৰি আপোনাৰ উপায় চিনাক্ত কৰক আৰু মূল্যায়ন কৰক

  • বিত্ত আৰু ন্যায়িক

  • এটা আইনী ভেঁটি নিৰ্মাণ কৰক

    আপোনাৰ কোম্পানিৰ বাবে সঠিক ন্যায়িক ভেটিৰ সংজ্ঞা প্ৰদান কৰা আৰু কোম্পানিৰ পঞ্জীয়ন, দায়িত্ব, পেটেণ্ট ইত্যাদিৰ দৰে প্ৰাথমিকতাবিলাক চোৱা.

  • Understanding Finance Basics

    বিত্তিয় ষ্টেটমেণ্ট, ব্ৰেক-ইভেন মূল্যায়ন ইত্যাদি থকা বিত্ত আৰু একাউণ্টিংৰ প্ৰাথমিকখিনিৰ বুজ লওক.

  • ব্যৱসায় পৰিকল্পনাৰ লগত পৰিচয়

    Learn how to build an effective Business Plan for your venture

  • PITCHING & FUNDING

    Fundraising & Valuation

    অন্য বস্ত্যবিলাকৰ লগতে কোম্পানীৰ মূল্যায়ন, ফাণ্ডৰ গঠন, ন্যায়সন্মতৰ পাতলীকৰণৰ কথবিলাকত এজন নিৱেশকৰ মনটো বুজক

  • পিচিং আৰু টাৰ্ম শ্বীট

    Learn how to pitch your company to investors and identify the key focus areas in term sheets

Learnings from India's top entrepreneurs

Concepts and frameworks from eminent faculty and industry participants

ৰনি স্ক্ৰূৱালা,

সহ-স্থাপক, আপগ্ৰেড

"মই কেইবাবছৰৰ আগত মোৰ ব্যৱসায়িক যাত্ৰা আৰম্ভ কৰিছিলোঁ, যেতিয়া ষ্টাৰ্টআপ কাহিনীবিলাক দুৰ্লভ আছিল. আজি, আমি আমাৰ দেশৰ অৰ্থনীতি আৰু ব্যৱসায়িক ইতিহাসত এটা অসাধাৰণ সময়ৰ অভিজ্ঞতা লাভ কৰিছোঁ. এটা উদ্যমী মন, তাৰে মাজৰে উল্লেখনীয় কেইটামান হৈছে ফ্লিপকাৰ্ট, স্নেপডীল আৰু জ'মেটো, এইখন দেশত আগৰ দৰে কেতিয়াও হোৱা নাছিল. এইধৰণৰ ব্যৱসায়িক উদ্যমক সহায় কৰিবৰ বাবে আমি ভাৰত চৰকাৰৰ ষ্টাৰ্টআপ ইণ্ডিয়া পদক্ষেপৰ ইনভেষ্ট ইণ্ডিয়া লগত একেলগ হৈছোঁ আৰু ব্যৱসায়ত এটা বিনামূলীয়া কাৰ্য্যক্ৰমৰ উন্মোচন কৰিছোঁ যাৰ নাম হৈছে ষ্টাৰ্টআপ ইণ্ডিয়া শিক্ষণ কাৰ্য্যক্ৰম."

সঘনাই সোধা প্ৰশ্ন (FAQ)

কাৰ্যক্ৰমটোৰ বাবে মই কিদৰে এটা একাউণ্ট সৃষ্টি কৰিম?

কাৰ্য্যক্ৰমটোৰ বাবে এটা একাউণ্ট সৃষ্টি কৰিবলৈ, অনুগ্ৰহ কৰি ওপৰত থকা "ইংৰাজী কাৰ্য্যক্ৰম" অথবা "হিন্দী কাৰ্য্যক্ৰম"ত ক্লিক কৰক আৰু আপোনাৰ তথ্য (নাম, ইমেইল আইডি আৰু ফোন নম্বৰ) প্ৰদান কৰি কাৰ্য্যক্ৰমটোৰ বাবে পঞ্জীয়ন কৰক. এটা একাউণ্ট সৃষ্টি কৰিবলৈ এটা পাচৱৰ্ড নিৰ্বাচন কৰক আৰু "চাইন আপ" বুটামটোত ক্লিক কৰক.

যদি মই মোৰ পাচৱৰ্ডটো হেৰুৱাও তেন্তে কি কৰিব লাগে?

যদিআপুনি আপোনাৰ পাচৱৰ্ড হেৰুৱাইছে, "পাচৱৰ্ড পাহৰিলে" লিংকটোত ক্লিক কৰক. আপোনাৰ পঞ্জীভুক্ত ইমেইল এডেচ প্ৰদান কৰক আৰু "অ'টিপি পাওক" ক্লিক কৰক. আপুনি আপোনাৰ পঞ্জীভুক্ত ইমেইল এড্ৰেচত এটা নতুন পাচৱৰ্ড সৃষ্টি কৰিবলৈ নিৰ্দেশনাবিলাকৰ সৈতে এটা অ'টিপি পাব.

এই প্লেটফৰ্ম ব্যৱহাৰ কৰিবৰ বাবে ইণ্টাৰনেটৰ প্ৰয়োজনীয়তাসমূহ কি কি?

এই প্লেটফৰ্মটো ব্যৱহাৰ কৰিবলৈ, অনুগ্ৰহ কৰি এইটো নিশ্চিত কৰক যাতে আপোনাৰ নিম্নতম 2 এমবিপিএচ স্পীড থকা এটা নিৰ্ভৰযোগ্য ইণ্টাৰনেট সংযোগ আছে.

এই প্লেটফৰ্মটো ব্যৱহাৰ কৰিবলৈ চিষ্টেমৰ প্ৰয়োজনিয়তাসমূহ কি কি?

এই প্লেটফৰ্মটোৱে ৱিণ্ড'জ এক্সপি অথবা তাৰ ওপৰখিনি ইঞ্চটল কৰা চিষ্টেমত ভালদৰে কম কৰে. মেক ব্যৱহাৰকাৰীসকলৰ বাবে, অনুগ্ৰহ কৰি নিশ্চিত কৰক যে আপোনাৰ ওচৰত শেহতীয়া আপডেট থকা OS X 10.9 বা তাতোধিক আছে. প্লেটফৰ্মটোৰ বাবে নিম্নতম 976px বহল স্ক্ৰীণৰ আকাৰৰ প্ৰয়োজন, কিন্তু আমি 1024px বা তাতকৈ বেছি ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিছো. ম'বাইল ব্ৰাউজাৰ সমৰ্থিত নহয়. তথাপিও, যদি আপুনি ম'বাইলত কাৰ্যক্ৰমৰ প্ৰৱেশাধিকাৰ পাব বিচাৰে তেন্তে অনুগ্ৰহ কৰি এপ্পটো ডাউনল'ড কৰক প্লে ষ্ট'ৰ.

মই মোৰ ডিভাইচৰ কোনো সমৰ্থন কৰা চফট্‌ৱেৰ ইঞ্চটল কৰিব লাগিব নে?

আপোনাৰ ডিভাইচত কোনো অতিৰিক্ত চফট্‌ৱেৰ ইঞ্চটল কৰাৰ প্ৰয়োজন নাই. কেৱল আপোনাৰ একাউণ্টট লগইন কৰি শিকা আৰম্ভ কৰক. তথাপিও, সম্পূৰ্ণ অভিজ্ঞতাটো পাবলৈ, আপুনি গুগল ক্ৰ'মৰ এটা আপডেট কৰা সংস্কৰণ ব্যৱহাৰ কৰিব লাগিব.

ভিডিঅ'বোৰ লোড কৰিবলৈ যথেষ্ট সময় লাগিছে. মই কি কৰা উচিত?

ইয়াত আপুনি কৰিব পৰা কেইটামান কাম:

1. আপোনাৰ ব্ৰাউজাৰ ৰিফ্ৰেছ কৰক.

2. আপোনাৰ ইণ্টাৰনেট সংযোগ আৰু ইয়াৰ স্পীড পৰীক্ষা কৰক.

3. আপোনাৰ ব্ৰাউজাৰ বন্ধ কৰি পুনৰ খোলক.

4. লগ আউট কৰক আৰু পুনৰ লগ ইন কৰক.

5. অন্য এটা ব্ৰাউজাৰ ব্যৱহাৰ কৰৰ চেষ্টা কৰক.

মই ভিডিঅ'সমূহ কিদৰে ডাউনলোড কৰিম?

আপোনাৰ ডিভাইচত ভিডিঅ' ডাউনল'ড কৰিব নোৱাৰি.

মই এটা ভিডিঅ' চাই আছিলোঁ কিন্তু মাজভাগতে ইণ্টাৰনেট সংযোগ হেৰুৱালোঁ. মই এতিয়া কি কৰিম?

চিন্তা নকৰিব. আপোনাৰ প্ৰগতি সংৰক্ষণ কৰা হৈছে. সংযোগ পুনৰুদ্ধাৰ হোৱাৰ লগে লগে, আপুনি এৰি যোৱা স্থানৰ পৰা পুনৰ আৰম্ভ কৰিব পাৰে.

এই প্ৰ'গ্ৰামত প্ৰৱেশ কৰিবলৈ কোনো মোবাইল এপ্লিকেচন আছে নেকি?

হয়. আপুনি ইয়াৰ পৰাও ষ্টাৰ্টআপ ইণ্ডিয়া শিক্ষণ এপ্প ডাউনল'ড কৰিব পাৰে প্লে ষ্ট'ৰ.

  1. ঘৰ
  2. শিক্ষণ আৰু বিকাশ কাৰ্য্যক্ৰম

আগবাঢ়িবলৈ অনুগ্ৰহ কৰি লগইন/পঞ্জীয়ন কৰক.

ত্ৰূটি

পঞ্জীকৰণ প্ৰ-পত্ৰত কিছুমান বিসংগতি আছেঅনুগ্ৰহ কৰি সেই বিসংগতিসমূহ শুদ্ধ কৰক আৰু প্ৰ-পত্ৰখন পুনঃদাখিল কৰক.

আমাক যোগাযোগ কৰক

DPIIT Logo Khelo India Logo
  • টোল ফ্ৰী নম্বৰ: 1800 115 565
  • কাম কৰা সময়: পুৱা 10:00 - আবেলি 5:30
  • ব্যৱহাৰৰ চৰ্তসমূহ
  • ষ্টাৰ্টআপ ইণ্ডিয়া ল'গো ব্যৱহাৰ কৰক
  • প্ৰস্তাৱৰ বাবে অনুৰোধ
  • ব্লগছ
  • অস্বীকাৰকৰণ
  • গোপনীয়তা নীতি
  • আমাক যোগাযোগ কৰক
  • চাইট মেপ

1,09,81,843

ব্যৱহাৰকাৰীয়ে আৰম্ভণিৰ সময়ৰ পৰা ষ্টাৰ্টআপ ইণ্ডিয়া প'ৰ্টেললৈ যাইছে

Khelo India Logo

© 2026 ষ্টাৰ্টআপ ইণ্ডিয়া. সকলো অধিকাৰ সুৰক্ষিত.

DPIIT Logo Khelo India Logo
শেহতীয়া আপডেটেড:
14-SEP-2026ু<an2> | 1:10 পিএম
  • টোল ফ্ৰী নম্বৰ: 1800 115 565

  • কাম কৰা সময়: পুৱা 10:00 - আবেলি 5:30

  • ব্যৱহাৰৰ চৰ্তসমূহ
  • ষ্টাৰ্টআপ ইণ্ডিয়া ল'গো ব্যৱহাৰ কৰক
  • প্ৰস্তাৱৰ বাবে অনুৰোধ
  • ব্লগছ
  • অস্বীকাৰকৰণ
  • গোপনীয়তা নীতি
  • আমাক যোগাযোগ কৰক
  • চাইট মেপ

1,09,81,843সংখ্যক ব্যৱহাৰকাৰীয়ে আৰম্ভণিৰ পৰা ষ্টাৰ্টআপ ইণ্ডিয়া পৰ্টেল পৰিদৰ্শন কৰিছে.

© 2026 ষ্টাৰ্টআপ ইণ্ডিয়া. সকলো অধিকাৰ সুৰক্ষিত.

×

ষ্টাৰ্টআপ ইণ্ডিয়াক সদস্যতা দিয়াৰ বাবে ধন্যবাদ

অধিক জানিবলৈ ইয়াত ক্লিক কৰক যদি একেই ইমেইল এড্ৰেচৰ লগত এতিয়াও পঞ্জীয়ন কৰা নাই

×

Bhaskar Badge
×

ভাস্কৰ পঞ্জীয়নত যোগদান কৰিবলৈ অনুগ্ৰহ কৰি আপোনাৰ প্ৰফাইল আপডেট কৰক

আপুনি সঁচাকৈ লগআউট হ'ব বিচাৰেনে?

জাননী এলাৰ্ট
পাচৱৰ্ড সৃষ্টি কৰক

আপোনাৰ পাছৱৰ্ডত নিশ্চিতভাৱে থাকিব লাগিব কমেও:

  • 8 লৈ 15আখৰৰ দৈৰ্ঘ্য
  • এটা সৰুফলা আখৰ
  • এটা বৰফলা আখৰ
  • এটা সংখ্যাত্মক অংক
  • এটা বিশিষ্ট আখৰ (বিন্দু , * আৰু খালীঠাইৰ বাহিৰে)
×
পাচৱৰ্ড সলাওক
×
×

* আপোনাৰ পাছৱৰ্ডত নিশ্চিতভাৱে থাকিব লাগিব কমেও:

  • 8 লৈ 15আখৰৰ দৈৰ্ঘ্য
  • এটা সৰুফলা আখৰ
  • এটা বৰফলা আখৰ
  • এটা সংখ্যাত্মক অংক
  • এটা বিশিষ্ট আখৰ (বিন্দু , * আৰু খালীঠাইৰ বাহিৰে)
ইমেইল ID সলাওক

এতিয়ালৈকে OTP পোৱা নাই! 30 চেকেণ্ড

এইটোৰ প্ৰৱেশাধিকাৰ পাবলৈ অনুগ্ৰহ কৰি আপোনাৰ প্ৰফাইল সম্পূৰ্ণ কৰক.

আপোনাৰ প্ৰ'ফাইলটো বৰ্তমান নিয়ন্ত্ৰণৰ অধীন. ই 48 ঘণ্টাৰ ভিতৰত অনুমোদিত হ’ব (আপোনাক ইমেইলৰ জৰিয়তে অৱগত কৰা হ’ব)

ষ্টাৰ্টআপ ইণ্ডিয়া প'ৰ্টেলটো হৈছে ভাৰতৰ ষ্টাৰ্টআপ পৰিবেশতন্ত্ৰৰ সকলো অংশীদাৰৰ বাবে এটা এক অনন্য ধৰণৰ অনলাইন প্লেটফৰ্ম.

লগ ইন কৰক

  • 0
  • 0
0

লগ ইন হ'বলৈ সক্ষম হোৱা নাই?

এটা একাউণ্ট নাই? এতিয়াই পঞ্জীয়ন কৰক

আপোনাৰ পাছৱৰ্ডটো পাহৰিলে

অনুগ্ৰহ কৰি আপোনাৰ ইমেইল আইডিত পঠিওৱা আপোনাৰ OTP পাছৱৰ্ডটো প্ৰবিষ্ট কৰক

OTP পোৱা নাই নেকি? পুনৰ পঠাওক বুটামে কৰিব
ইয়াত সক্ৰিয় কৰা হ'ব 30 চেকেণ্ড

অনুগ্ৰহ কৰি আপোনাৰ পাছৱৰ্ডটোৰ পৰিৱৰ্তন কৰক

পাচৱৰ্ডটোত 8ৰ পৰা 15 আখৰ থাকিব লাগিব আৰু তত নিম্নতম এটা সৰুফলা বৰ্ণ, এটা বৰফলা বৰ্ণ, আৰু এটা বিশেষ আখৰ থাকিব লাগিব
0

অভিনন্দন!

আপোনাৰ পাচৱৰ্ড সফলতাৰে সলনি কৰা গৈছে.
ইয়াত লগইন কৰক

Startup Awards

আপুনি সঁচাকৈ লগআউট হ'ব বিচাৰেনে?